Follow Us!

প্ৰয়োজনীয় দক্ষতাৰ সমষ্টি যিয়ে আপোনাৰ জীৱিকাক উচ্চস্তৰলৈ নিব পাৰে

18 February 2019
img

আমি এনেকুৱা সময়সৰ সৈতে বাস কৰি আছো য’ত বজাৰ ব্যৱস্থা ভিন্ন, কিন্তু পৰিৱৰ্তনশীল। গতিকে, কোনোৱে যদি গতিশীলভাবে কাৰ্য কৰিব বিচাৰে, তেন্তে অনুকুল ক্ষমতা, আৰু সুন্দৰ চেহেৰা হৈচে এই গুণৰ বাবে উপযোগী। আপুনি এগৰাকী স্নাতক আৰু বৃত্তিগত যাত্ৰা আৰম্ভ কৰিব বিচাৰিছে বা যুৱক হিচাপে সঠিক বৃত্তিধাৰী পেচা চাইছে, তেন্তে আপুনি নিৰ্দিষ্ট উপযুক্ত গুণাগুণ সম্পন্ন হ’ব লাগিব যিয়ে আপোনাক মূল্যবান সম্পদ কৰি তুলিব। অধিক ভিন্নতা আৰু পৃথক গুণাগুণে আপোনাক আনৰ তুলনাত অধিক ভাল কৰি তুলিব।

অধিক মূল্যবান গুণৰ ভিতৰত যিটো কাম আপুনি বৃদ্ধি কৰাৰ প্ৰয়োজন, তাৰে কেইটামান হৈছে-

ডাটা আৰু প্ৰযুক্তি

সময়ৰ সৈতে, বিশ্বৰ বজাৰখন ডিজিটেল পটভূমিত পৰিৱৰ্তন হৈছে। গতিকে, ডাটা আৰু প্ৰযুক্তিৰ সচেতনতাই আপোনাক বিশ্বাস যোগব যে আপুনি কাৰ্য কৰি আছে। সংস্থাৰ কাৰ্যই তেওঁলোকৰ বৃহৎ অংশত কাৰ্য কৰে, আপুনি আপোনাৰ আউট পুট দিয়াৰ বাবে সুবিধা লাভ কৰিব। 

যোগাযোগ-উপায়.

ৰিপোৰ্ট পোৱা গৈছে যে বৰ্তমান মাৰ্কেট গৱেষণাই পৰীক্ষা কৰিছে, যোগাযোগ হৈছে সংস্থা এটাৰ প্ৰধান দক্ষতা, কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে। গতিকে, আমি বিশ্ব ডিজিটাইলেচনলৈ সলনি হৈছো যদিও, দায়িত্বসমূহ যেনে দলীয় সদস্যৰ সৈতে যোগাযোগ, ৰিপোৰ্ট লিখা, প্ৰেজেণ্টেচন উপস্থাপন কৰাক অধিক মূল্য প্ৰদান কৰে।

দলীয় উৎসাহ

শব্দৰ যোগাযোগৰ উপৰিও, গুণাগুণ যেনে দলৰ আন সদস্যক সহায় কৰা আৰু কথা পতা, দলীয়ভাবে কাৰ্য কৰাই, আপোনাক সংস্থাত চিহ্ন ৰখাত সহায় কৰিব।

সামাজিক আৰু ৱেবৰ জ্ঞান.

কোনো সংস্থা ভেকুৱামত কাৰ্য নকৰে, বৰ্তমান ইণ্টাৰনেটৰ লগতে চোচিয়েল মিডিয়াই যথেষ্ট পৰিমাণে সহায় কৰে। সংস্থা, পুৰণি বা নতুন, ৱেব চেভি হৈ পৰিছে আৰু চোচিয়েল মিডিয়াৰ দক্ষতাৰ লগতে আগবাঢ়ি গৈছে। চোচিয়েল মিডিয়া, উদাহৰণস্বৰূপে, কোম্পানীৰ চেলচ বা ব্যৱসায় বৃদ্ধিৰ বাবে ইয়াৰ ব্যৱহাৰ আৱশ্যকীয়।

ওপৰত উল্লেখ থকাৰ উপৰিও, আন এটা দক্ষতা আছে যিয়ে আপোনাক জীৱিকাৰ বিকাশত সহায় আগবঢ়ায়। এটা মূল্য নথকা কিন্তু আৱশ্যকীয় গুণাগুণ, আবেগিক বুদ্ধিমত্তাই ‘এইটো কি’ আৰু ‘এইটো কি হোৱা উচিত’ এই দুটাৰ পাৰ্থক্য বুজাত সহায় কৰে। বিশ্ব আধুনিক হোৱাৰ ক্ষেত্ৰত, গুণগুণ যেনে আত্ম-সচেতন আৰু সহানুভূতি এতিয়া অধিকভাবে প্ৰয়োজনীয় হৈ পৰিছে।

জৰুৰী তথ্য

দক্ষতা যিবোৰ কোম্পানীয়ে তেওঁলোকৰ এইচ আৰ প্ৰাৰ্থীৰ তাত বিচাৰে

যেতিয়া আপুনি এইচ আৰ অৰ্থাৎ হিউমেন ৰিচোৰ্চেচ, পদবীৰ বাবে আবেদন কৰে, আপুনি টেবুলৰ আন এটা কাষত বহিব, তাৰ পৰাই আপুনি সাক্ষাৎকাৰ দিব। কাৰণ এই আৰ বিষয়াৰ ভূমিকা হৈছে কৰ্মীৰ কল্যাণ আৰু কোম্পানীৰ যিকোনো সংবেদী তথ্যৰ প্ৰতি গুৰুত্ব দিয়া, এই চাকৰিটো দুৰ্বল প্ৰবৃত্তিৰ বাবে নহয়। যদি আপুনি মুম্বাই, নয়ডা বা আন চহৰত এইচ আৰ বিষয়াৰ পদ বিচাৰি আছে, তেন্তে আপুনি কোম্পানীয়ে এই আৰ প্ৰাৰ্থীৰ বাবে বিচৰা দক্ষতাৰ বিষয়ে জনা উচিত।

5 আই টি আই ব্যৱসায় যাৰ বিষয়ে আপুনি জনা উচিত

আই টি আই (ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট) ব্যৱসায় স্কুল পাছ কৰা সকলৰ বাবে পৰিকল্পিত কৰা হৈছে, আৰু তাত 100 টাতকৈ অধিক পাঠ্যক্ৰম উপলব্ধ আছে 10ম আৰু 12দশ পাছ কৰাসকলৰ বাবে। আই টি আই পাঠ্যক্ৰমসমূহ দুটা ভাগত ভাগ কৰা হৈছে, যিবোৰ হৈছেঃ

ভাৰতত ডিজিটেল মাৰ্কেটিং চাকৰিৰ বাবে প্ৰয়োজনীয় দক্ষতা

ডিজিটেল মাৰ্কেটিং এজেন্সিৰ চাকৰিৰ বাবে আপোনাক বিভিন্ন ক্ষেত্ৰত একাধিকভাবে নিপুণ হ’ব লাগিব। আপুনি বিভিন্ন ডিজিটেল মাৰ্কেটিং অভিযানৰ গুৰুত্বৰ বিষয়ে বুজাটো আৱশ্যকীয় যিটোৰ ওপৰত আপুনি কাৰ্য কৰি থাকে। যদি আপুনি মুম্বাই, গুড়গাৱ বা নয়দা ডিজিটেল মাৰ্কেটিঙত চাকৰি কৰাৰ কথা ভাবে বা ডিজিটেল মাৰ্কেটিং মেনেজাৰ চাকৰিত যুগদান কৰিব বিচাৰে, ইয়াত কেইটামান দক্ষতা দিয়া আছে, যিবোৰ আপোনাৰ থকা উচিতঃ

সাক্ষাৎকাৰত কি পোছাক পিন্ধা উচিত?

চাকৰি প্ৰক্ৰিয়াৰ বাবে এটা অধিক আসোৱাহজনক বিষয় হৈছে আপুনি কি পোছাক পৰিধান কৰিব। আপোনাক সোধা প্ৰশ্নৰ উত্তৰ দিয়া বিষয়টোতকৈ, এটা চাকৰিৰ সফল সাক্ষাৎকাৰো নিৰ্ভৰ কৰে আপুনি নিজক কিদৰে বৰ্ণনা কৰিচে। সেই কাৰণে এক সুন্দৰ ভাবে সজ্জিত প্ৰতিচ্ছবিয়ে আপোনাক কোম্পানীৰ বাবে উপযুক্ত হয়নে নহয় সেইটো বিচাৰ কৰাত সহায় কৰে।

প্ৰয়োজনীয় দক্ষতাৰ সমষ্টি যিয়ে আপোনাৰ জীৱিকাক উচ্চস্তৰলৈ নিব পাৰে

আমি এনেকুৱা সময়সৰ সৈতে বাস কৰি আছো য’ত বজাৰ ব্যৱস্থা ভিন্ন, কিন্তু পৰিৱৰ্তনশীল। গতিকে, কোনোৱে যদি গতিশীলভাবে কাৰ্য কৰিব বিচাৰে, তেন্তে অনুকুল ক্ষমতা, আৰু সুন্দৰ চেহেৰা হৈচে এই গুণৰ বাবে উপযোগী। আপুনি এগৰাকী স্নাতক আৰু বৃত্তিগত যাত্ৰা আৰম্ভ কৰিব বিচাৰিছে বা যুৱক হিচাপে সঠিক বৃত্তিধাৰী পেচা চাইছে, তেন্তে আপুনি নিৰ্দিষ্ট উপযুক্ত গুণাগুণ সম্পন্ন হ’ব লাগিব যিয়ে আপোনাক মূল্যবান সম্পদ কৰি তুলিব। অধিক ভিন্নতা আৰু পৃথক গুণাগুণে আপোনাক আনৰ তুলনাত অধিক ভাল কৰি তুলিব।

এগৰাকী নতুন হিচাপে কোনো ব্যক্তিয়ে কিদৰে এটা ভাল চাকৰি পাব?

দিল্লী, মুম্বাই, আৰু আন চহৰসমূহত নতুনৰ বাবে এটা ভাল চাকৰি বিচৰাটো মধ্যস্থতাৰ বাবে একেবাৰে জটিল কাম নহয়। গতিকে, এইটো নতুনকৈ স্নাতক হোৱা আৰু নতুন সকলৰ বাবে মনত ৰাখিব লগা কথা যে- মুম্বাই আন চহৰৰ চাকৰিত, আৰু তেওঁলোকে কিদৰে এটা ভাল চাকৰি বিচাৰি উলিয়াব। প্ৰথম কথাটো হৈছে নতুনসকলে তেওঁলোকক নিজকে বাহিৰ উলিয়াবলৈ প্ৰস্তুত, কল কৰি, আৰু তেওঁলোকে এটা সঠিক চাকৰি নোপেৱালৈকে চাকৰিত আবেদন কৰি থাকিব। লগতে, ই সহায়ো কৰিব, যদি তেওঁলোকে তলৰ উপায়সমূহ মনত ৰাখেঃ

সঠিক জীৱিকা বিকাশৰ বাবে উপায়

আপুনি আপোনাৰ জীৱিকাৰ উন্নতকৰণৰ বাবে দায়িত্বশীল। যিসকল ব্যক্তিৰ জীৱিকা ক্ষীপ্ৰতৰ তেওঁলোকে জানে যে প্ৰতিযোগিতা সদায় আছে, আৰু তেওঁলোকে সংগতিপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি সফল হোৱা দেখা যায় আৰু তেওঁলোকে তেওঁলোকৰ জীৱিকাৰ উন্নতকৰণৰ বাবে সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰে। য’ত আপুনি জীৱিকাৰ বিকাশৰ কথা ভাবে, আপুনি এটা এটা নতুন চাকৰি চাব, য’ত আপুনি অধিক শিকিবলৈ পাব আৰু আপোনাৰ নিপুণতা প্ৰয়োগ কৰিব পাৰিব। উদাহৰণস্বৰূপে, নতুনসকলৰ এইটো উদ্দেশ্যৰ বাবে আপুনি বাংগালুৰু বা মুম্বাইৰ দৰে চহৰত অনলাইন চাকৰি বিচাৰিব পাৰে। ইয়াত উপায়ৰ এখন তালিকা আছে যিটো আপুনি জীৱিকা উন্নতকৰণৰ বাবে ব্যৱহাৰ কৰিব পাৰে, যাতে আপোনাৰ জীৱিকাৰ বিকাশ ক্ষীপ্ৰগতিত হয়।

ভাৰতীয় জব মাৰ্কেটত কোনকেইটা বিষয়ৰ চাহিদা বেছি?

পুৰণি সময়ৰ বিপৰীতে, বৰ্তমানৰ ছাত্ৰসকল সাৱধান আৰু সতৰ্ক, বিশেষকৈ যেতিয়া তেওঁলোকৰ মনত জীৱিকা এটা বাচি লোৱাৰ সময় আহে। বৰ্তমান পৰিস্থিতিত, অধিক পৰিমাণৰ জীৱিকাৰ বাচনি উপলব্ধ হৈ পৰিছে, এইটো চাত্ৰসকলৰ গুণৰ উপস্থিতিৰ বাবে হৈছে, আগেয়ে কোৱাৰ ধৰণে, তেওঁলোক বিবুদ্ধিত পৰাৰ আগেয়ে বহু দুৰলৈকে আগুৱাই যায়।

নিয়োগকৰ্তাই কৰ্মচাৰীসকলৰ কোনবোৰ দক্ষতা লক্ষ্য কৰে?

প্ৰতিটো খণ্ডতে প্ৰযুক্তিৰ একত্ৰীকৰণে, চাকৰিৰ বাবে অনলাইন আবেদন কৰাটো এতিয়া কঠিন হৈ থকা নাই। আপুনি কেৱল শুদ্ধ পদ্ধতিৰে বিচাৰিব লাগে আৰু আপুনি প্ৰতিটো খণ্ডতে অধিক পৰিমাণৰ উপলব্ধ হৈ থকা চাকৰিৰ তালিকা দেখিবলৈ পাব। গতিকে, ভাৰতত অধিক সংখ্যক চাকৰিৰ পথ থকা স্বত্বেও, আপুনি অনলাইনভাবে চাকৰি চাইছে, সকলোবোৰ আপোনাৰ আৰু আপোনাৰ দক্ষতা আৰু কিদৰে আপুনি সাক্ষাৎকাৰৰ প্ৰক্ৰিয়াত ভাল কৰিব পাৰে সেইটোৰ ওপৰত নিৰ্ভৰ কৰে, আৰু সেইটোৱেই আপুনি চাকৰিটো পাব নে নাপায় সেইটো নিশ্চিত কৰে। এইটোৱে বিশেষকৈ ডিগ্ৰিধাৰী আৰু নতুনসকলক বিচাৰে, যিদৰে দিল্লী, মুম্বাই, বা আন চহৰ সমূহত অধিক পৰিমাণে প্ৰতিযোগিতা চলি থাকে, আৰু এগৰাকী নতুন হিচাপে, আপোনাৰ সাক্ষাৎকাৰ বা আবেদন কৰাৰ কোনো ধৰণৰ অভিজ্ঞতা নাথাকে। আপোনাক সহায় কৰিবৰ বাবে আৰু আপোনাৰ আহিবলগীয়া চাকৰিৰ সাক্ষাৎকাৰত আপোনাৰ সামান্যভাবে সহায় কৰিবৰ বাবে, ইয়াত এখন দক্ষতাৰ তালিকা আছে যিটো নিয়োগকৰ্তাসকলে বিভিন্ন চাকৰিত আবেদনকাৰীসকলৰ বিতৰত বিচাৰি থাকে। সাধাৰণতে, আবেদনকাৰীৰ দক্ষতা দুটা ভাগত ভাগ কৰিব পাৰি – বিষয় বস্তুত নিপুণতা আৰু ছফ্ট স্কিল।

ব্যৱস্থাপনাৰ চাকৰি- ভাৰতত এটা জনপ্ৰিয় জীৱিকাৰ বাচনি

ভাৰতৰ চাকৰিৰ বজাৰখন বছৰে বছৰে সলনি হৈ আহিছে। যদিও ব্যৱস্থাপনাৰ চাকৰি দেশখনত আছে, বৰ্তমান ইয়াৰ বহুল প্ৰচাৰে ইয়াক আচৰিত ধৰণে গঢ় দিছে। বৰ্তমান সকলো খণ্ডৰ ছাত্ৰই তেওঁলোকৰ জীৱনকালত মেনেজমেণ্ট কোৰ্ছ এটা গ্ৰহণ কৰে। আৰু আপুনি যদি ভালদেৰ ভাবে, কাৰণটো অতি স্পষ্ট হৈ আছে।

বীমা গ্ৰাহক সেৱা প্ৰতিনিধিকাৰীৰ ভূমিকা

এগৰাকী বীমা গ্ৰাহক সেৱা প্ৰতিনিধিয়ে গ্ৰাহকক তেওঁলোকৰ সামগ্ৰী আৰু সেৱাৰ লগত জড়িত বিষয়ৰ ওপৰত অৱগত কৰে। তেওঁ/তাই অভিযোগ নিয়ন্ত্ৰণ কৰে আৰু সেইবোৰ সমাধান কৰে। ইয়াৰোপৰি, এগৰাকী বীমা সেৱা প্ৰতিনিধিৰ এগৰাকী গ্ৰাহক সেৱা প্ৰতিনিধিৰ দৰে একে ধৰণৰ দায়িত্ব থাকে কাৰণ এই ব্যক্তিয়ে প্ৰয়োজনীয় সহায় আগবঢ়ায় আৰু গ্ৰাহকক সমৰ্থন কৰে। কেতিয়াবা, তেওঁ/তাই অভিযোগটো নিৰ্দিষ্ট বিভাগলৈ সমাধান কৰিবৰ বাবে প্ৰেৰণ কৰিব লাগে।

মহিলাৰ বাবে ডিপ্ল’মা ইঞ্জিনিয়াৰিং চাকৰিত প্ৰত্যাহ্বান

ভাৰতত, যিমান সম্ভৱ, দক্ষতা শিক্ষা শিক্ষণ আৰু কৰাটো পৰম্পৰাগতভাবে কৰা হয়। পুতেকে তেওঁলোকৰ দেউতাকৰ পৰা এইবোৰ দক্ষতা শিকি লয় যিয়ে এইটো কাম কৰি আছে। কিন্তু যোৱা কেইটামান দশকৰ পৰা সঠিকভাবে দক্ষতাৰ প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা অতিকৈ অনুভৱ কৰা হৈছে। উদ্যোদৰ প্ৰতিকূল প্ৰভাৱৰ পিছত কাৰিকৰী শিক্ষাৰ বিকাশৰ অভাৱত, অলপতে প্ৰধান মন্ত্ৰী কুশল বিকাশ যোজনা (পি এম কে ভি ৱাই) আৰম্ভ হৈছিল। এই আঁচনিৰ লক্ষ্য হৈছে চাৰি বছৰত (2016-2020) 10 লাখ যুৱকক লাভান্বিত কৰা ।

ভাৰতৰ 10 টা দক্ষতাৰ ওপৰত নিৰ্ভৰশীল চাকৰি

যোৱা 10টা বছৰ ধৰি ভাৰতৰ অৰ্থনীতিত অভাৱনীয়বাবে পৰিৱৰ্তন হোৱা দেখা গৈছে। এই বিকাশ যদি পৰৱৰ্তী 2-3 টা দশক ধৰি অব্যাহত হৈ থাকে তেন্তে ভাৰত বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হ’ব।

এই বিকাশৰ এটা ডাঙৰ অৱদান হৈছে দক্ষতা নিৰ্ভৰশীল চাকৰিসমূহ কাৰণ  কোনো ধৰণৰ সৰু যন্ত্ৰ বা সৰু উদ্যোগ দক্ষতা নিৰ্ভৰ কাৰ্যৰ অবিহনে কাৰ্য কৰিব নোৱাৰে।

এটা সাক্ষাৎকাৰৰ বাবে কিদৰে প্ৰস্তুত হ’ব

এটা সাক্ষাৎকাৰৰ লক্ষ্য হৈছে আপোনাৰ চাকৰিৰ বাবে প্ৰয়োজনীয় দক্ষতা, জ্ঞান আৰু অভিজ্ঞতাৰ বিষয়ে বুজা। সাক্ষাৎকাৰৰ সময়ত আপুনি সাক্ষাৎকাৰ লওঁতাক বিশ্বাস দিব লাগে যাতে আপুনি চাকৰিটোৰ বিষয়ে বুজি পাইছে, কোম্পানীৰ কামৰ বিষয়ে সতৰ্ক, আৰু কোম্পানীৰ অৱস্থানৰ দায়িত্বৰ বাবে সম্পূৰ্ণভাবে প্ৰস্তুত।

কৰ্মশক্তিত যোগদান কৰিব নেকি? ইয়াত আপুনি কিদৰে এখন বায়োডাটা প্ৰস্তুত কৰিব পাৰে সেইটো আছে

সূচীপত্ৰঃ ইয়াত আপুনি কিদৰে এখন বায়োডাটা প্ৰস্তুত কৰিব পাৰে সেইটো আছে।

বায়োডাটা কি? বায়োডাটা হৈছে এক তথ্য যি কৰ্মী/কোম্পানীক প্ৰেৰণ কৰা হয় যেতিয়া চাকৰিৰ বাবে আবোদন কৰা হয়। বায়োডাটাৰ সহায়ত আমি আমাৰ কৰ্ম অভিজ্ঞতা, শিক্ষা/যোগ্যতা আৰু দক্ষতাৰ বিষয়ে ক’ব পাৰো।

সাক্ষাৎকাৰত সোধা 10 টা প্ৰয়োজনীয় প্ৰশ্ন

সাক্ষাৎকাৰত যোৱাৰ সময়ত সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ ভয়টো হৈছে – কিহৰ বিষয়ে সুধিব? যদিও প্ৰকৃত সঁহাৰি কেৱল সাক্ষাৎকাৰৰ সময়তহে দেখা যায়, ইয়াত কেইটামান প্ৰয়োজনীয় প্ৰশ্ন দিয়া হৈছে যিবোৰ সাধাৰণতে সাক্ষাৎকাৰৰ সময়ত সোধা হয়। যদি আপুনি এই প্ৰশ্নবোৰৰ উত্তৰৰ অনুশীলন কৰে, তেন্তে আপুনি বিশ্বাসপূৰ্ণভাবে উত্তৰ দিবলৈ সক্ষম হ’ব আৰু ই লগতে আপোনাক আন প্ৰশ্নৰ উত্তৰো বিশ্বাসপূৰ্ণভাবে দিবলৈ সাহস প্ৰদান কৰিব।

চাকৰি বিচৰা